AboutData
Copyright year-year Name <email-address>
AutoMountManagementJob
BootInfoWidget
এইটো চিছটেমৰ <strong>বুট পৰিবেশ</strong>।<br><br>পুৰণি x86 চিছটেমবোৰে কেৱল <strong>BIOSক</strong>সমৰ্থন কৰে।<br>আধুনিক চিছটেমে সাধাৰণতে<strong>EFI</strong> ব্যৱহাৰ কৰে, কিন্তু সামঞ্জস্যতা মোডত আৰম্ভ হ'লে BIOS দেখাব পাৰে।
চিছটেমটো <strong>EFI</strong> বুট পৰিবেশত আৰম্ভ হৈছিল।<br><br>EFI পৰিবেশৰ পৰা স্টাৰ্তআপ কন্ফিগাৰ কৰিবলৈ ইনস্তলাৰটোৱে <strong>GRUBৰ</strong> দৰে বুট লোডাৰ বা এখন <strong>EFI চিছ্টেম বিভাজনত</strong> <strong>systemd-boot</strong> প্ৰয়োগ কৰিব লাগিব। এইটো প্ৰক্ৰিযা স্বত: স্ফুৰ্ত ভাবে হ'ব যদিহে আপুনি নিজে মেনুৱেল বিভজন চয়ন নকৰে, য'ত আপুনি নিজে এখন EFI বিভাজন বনাব লাগিব।
চিছটেমটো <strong>BIOS</strong> বুট পৰিবেশত আৰম্ভ হৈছিল।<br><br>BIOS পৰিবেশ এটাৰ পৰা স্টাৰ্তআপ কন্ফিগাৰ কৰিবলৈ ইনস্তলাৰটোৱে <strong>GRUBৰ</strong> দৰে বুট লোডাৰ ইনস্তল কৰিব লাগিব বিভাজনৰ আৰম্ভনিতে বা বিভাজন তালিকাৰ আৰম্ভনিৰ কাষৰ <strong>প্ৰধান বুত্ নথিত</strong> (অগ্ৰাধিকাৰ ভিত্তিত)। এইটো প্ৰক্ৰিযা স্বত: স্ফুৰ্ত ভাবে হ'ব যদিহে আপুনি নিজে মেনুৱেল বিভজন চয়ন নকৰে, য'ত আপুনি নিজে বুত্ লোডাৰ চেত্ আপ কৰিব লাগিব।
BootLoaderModel
%1ৰ প্ৰধান বুত্ নথি
বুত্ বিভাজন
চিছ্তেম বিভাজন
বুত্ লোডাৰ ইনস্তল কৰিব নালাগে
%1 (%2)
Calamares::BlankViewStep
খালি পৃষ্ঠা
Calamares::DebugWindow
গোলকীয় স্টোৰেজ
কার্য্য লানি
মডিউলবোৰ
প্ৰকাৰ:
একো নাই
ইন্টাৰফেচ:
স্টাইলছীট পুনৰ লোড্ কৰক
ৱিজেত্ ত্ৰি
@title
Calamares::ExecutionViewStep
Progress percentage indicator: %p is where the number 0..100 is placed
@label
@label
ইনস্তল
Calamares::FailJob
কার্য্য বিফল হল (%1)
প্ৰগ্ৰেম কৰা কাৰ্য্যৰ বিফলতা স্পষ্টভাবে অনুৰোধ কৰা হৈছিল।
Calamares::JobThread
হৈ গ'ল
Calamares::NamedJob
উদাহৰণ কার্য্য (%1)
Calamares::ProcessJob
@status
@status
Calamares::Python::Job
%1 কাৰ্য চলি আছে।
বেয়া কৰ্মৰত ডাইৰেক্টৰী পথ
%2 পাইথন কাৰ্য্যৰ %1 কৰ্মৰত ডাইৰেক্টৰী পঢ়িব নোৱাৰি।
বেয়া মুখ্য লিপি ফাইল
%2 পাইথন কাৰ্য্যৰ %1 মূখ্য লিপি ফাইল পঢ়িব নোৱাৰি।
Calamares::PythonJob
@status
@error
বেয়া কৰ্মৰত ডাইৰেক্টৰী পথ
@error
%2 পাইথন কাৰ্য্যৰ %1 কৰ্মৰত ডাইৰেক্টৰী পঢ়িব নোৱাৰি।
@error
বেয়া মুখ্য লিপি ফাইল
@error
%2 পাইথন কাৰ্য্যৰ %1 মূখ্য লিপি ফাইল পঢ়িব নোৱাৰি।
@error
Calamares::QmlViewStep
@status
@label
@info
ভৰ্টিকৰন বিফল |
Calamares::RequirementsChecker
@info
@status
@status
@info
চিছ্তেমৰ বাবে প্রয়োজনীয় পৰীক্ষণ সম্পূর্ণ হ'ল।
Calamares::ViewManager
হয় (&Y)
নহয় (&N)
বন্ধ (&C)
@title
চেত্ আপ বিফল হ'ল
@title
ইনস্তলেচন বিফল হ'ল
@title
ত্ৰুটি
@title
কেলামাৰেচৰ আৰম্ভণি বিফল হ'ল
@info
%1 ইনস্তল কৰিব পৰা নগ'ল। কেলামাৰেচে সকলোবোৰ সংৰূপ দিয়া মডিউল লোড্ কৰাত সফল নহ'ল। এইটো এটা আপোনাৰ ডিষ্ট্ৰিবিউচনে কি ধৰণে কেলামাৰেচ ব্যৱহাৰ কৰিছে, সেই সম্বন্ধীয় সমস্যা।
@info
<br/>নিম্নোক্ত মডিউলবোৰ লোড্ কৰিৱ পৰা নগ'ল:
@title
@title
%1 is short product name, %2 is short product name with version
%1 চেত্ আপ প্ৰগ্ৰেমটোৱে %2 চেত্ আপ কৰিবলৈ আপোনাৰ ডিস্কত সালসলনি কৰিব।<br/><strong>আপুনি এইবোৰ পিছত পূৰ্বলৈ সলনি কৰিব নোৱাৰিব।</strong>
%1 is short product name, %2 is short product name with version
%1 ইনস্তলাৰটোৱে %2 ইনস্তল কৰিবলৈ আপোনাৰ ডিস্কত সালসলনি কৰিব।<br/><strong>আপুনি এইবোৰ পিছত পূৰ্বলৈ সলনি কৰিব নোৱাৰিব।</strong>
@button
@button
@button
@button
@button
ইনস্তল (&I)
@tooltip
চেত্ আপ সম্পূৰ্ণ হ'ল। প্ৰোগ্ৰেম বন্ধ কৰক।
@tooltip
ইনস্তলেচন সম্পূৰ্ণ হ'ল। ইন্স্তলাৰ বন্ধ কৰক।
@tooltip
@tooltip
@button
পৰবর্তী (&N)
@button
পাছলৈ (&B)
@button
হৈ গ'ল (&D)
@button
বাতিল কৰক (&C)
@title
@title
ইনস্তল ল'গ পেস্ট URL
আপলোড বিফল হৈছিল। কোনো ৱেব-পেস্ট কৰা হোৱা নাছিল।
সচাকৈয়ে চলিত চেত্ আপ প্ৰক্ৰিয়া বাতিল কৰিব বিচাৰে নেকি?
চেত্ আপ প্ৰোগ্ৰেম বন্ধ হ'ব আৰু গোটেই সলনিবোৰ নোহোৱা হৈ যাব।
সচাকৈয়ে চলিত ইনস্তল প্ৰক্ৰিয়া বাতিল কৰিব বিচাৰে নেকি?
ইনস্তলাৰ বন্ধ হ'ব আৰু গোটেই সলনিবোৰ নোহোৱা হৈ যাব।
CalamaresPython::Helper
@error
অপৰিচিত প্ৰকাৰৰ ব্যতিক্রম
@error
@error
@error
CalamaresWindow
%1 চেত্ আপ প্ৰোগ্ৰেম
%1 ইনস্তলাৰ
ChangeFilesystemLabelJob
CheckerContainer
চিছ্তেম তথ্য সংগ্ৰহ কৰা হৈ আছে...
ChoicePage
স্তোৰেজ ডিভাইচ চয়ণ কৰক (&v):
বর্তমান:
পিছত:
<strong>মেনুৱেল বিভাজন</strong><br/>আপুনি নিজে বিভাজন বনাব বা বিভজনৰ আয়তন সলনি কৰিব পাৰে।
%1ক %2ৰ গৃহ বিভাজন হিচাপে পুনৰ ব্যৱহাৰ কৰক।
<strong>আয়তন সলনি কৰিবলৈ বিভাজন বাচনি কৰক, তাৰ পিছত তলৰ "বাৰ্" ডালৰ সহায়ত আয়তন চেত্ কৰক</strong>
%1 বিভজনক সৰু কৰি %2MiB কৰা হ'ব আৰু %4ৰ বাবে %3MiBৰ নতুন বিভজন বনোৱা হ'ব।
বুত্ লোডাৰৰ অৱস্থান:
<strong>ইনস্তল কৰিবলৈ এখন বিভাজন চয়ন কৰক</strong>
এই চিছটেমত এখনো EFI চিছটেম বিভাজন কতো পোৱা নগ'ল। অনুগ্ৰহ কৰি উভতি যাওক আৰু মেনুৱেল বিভাজন প্ৰক্ৰিয়া দ্বাৰা %1 চেত্ আপ কৰক।
%1ত থকা EFI চিছটেম বিভাজনটো %2ক আৰম্ভ কৰাৰ বাবে ব্যৱহাৰ কৰা হ'ব।
EFI চিছটেম বিভাজন:
এইটো ষ্টোৰেজ ডিভাইচত কোনো অপাৰেটিং চিছটেম নাই যেন লাগে। আপুনি কি কৰিব বিচাৰে?<br/>আপুনি ষ্টোৰেজ ডিভাইচটোত কিবা সলনি কৰাৰ আগতে পুনৰীক্ষণ আৰু চয়ন নিশ্চিত কৰিব পাৰিব।
<strong>ডিস্কত থকা গোটেই ডাটা আতৰাওক।</strong><br/> ইয়াৰ দ্ৱাৰা ষ্টোৰেজ ডিভাইছত বৰ্তমান থকা সকলো ডাটা <font color="red">বিলোপ</font> কৰা হ'ব।
<strong>সমান্তৰালভাৱে ইনস্তল কৰক</strong><br/> ইনস্তলাৰটোৱে %1ক ইনস্তল কৰাৰ বাবে এখন বিভাজন সৰু কৰি দিব।
<strong>বিভাজন সলনি কৰক</strong> <br/>এখন বিভাজনক % ৰ্ সৈতে সলনি কৰক।
এইটো ষ্টোৰেজ ডিভাইচত %1 আছে। <br/> আপুনি কি কৰিব বিচাৰে? ষ্টোৰেজ ডিভাইচটোত যিকোনো সলনি কৰাৰ আগত আপুনি পুনৰীক্ষণ আৰু সলনি কৰিব পাৰিব।
এইটো ষ্টোৰেজ ডিভাইচত ইতিমধ্যে এটা অপাৰেটিং চিছটেম আছে। আপুনি কি কৰিব বিচাৰে? <br/>ষ্টোৰেজ ডিভাইচটোত যিকোনো সলনি কৰাৰ আগত আপুনি পুনৰীক্ষণ আৰু সলনি কৰিব পাৰিব।
এইটো ষ্টোৰেজ ডিভাইচত একাধিক এটা অপাৰেটিং চিছটেম আছে। আপুনি কি কৰিব বিচাৰে? 1ষ্টোৰেজ ডিভাইচটোত যিকোনো সলনি কৰাৰ আগত আপুনি পুনৰীক্ষণ আৰু সলনি কৰিব পাৰিব।
কোনো স্ৱেপ নাই
স্ৱেপ পুনৰ ব্যৱহাৰ কৰক
স্ৱেপ (হাইবাৰনেট নোহোৱাকৈ)
স্ৱোআপ (হাইবাৰনেটৰ সৈতে)
ফাইললৈ স্ৱোআপ কৰক।
ClearMountsJob
%1ত বিভাজন কৰ্য্যৰ বাবে মাউণ্ট্ আতৰাওক
%1ত বিভাজন কৰ্য্যৰ বাবে মাউণ্ট্ আতৰ কৰি আছে।
%1ৰ গোটেই মাউন্ত আতৰোৱা হ'ল
ClearTempMountsJob
গোটেই অস্থায়ী মাউন্ত আঁতৰাওক।
গোটেই অস্থায়ী মাউন্ত আঁতৰোৱা হৈ আছে।
গোটেই অস্থায়ী মাউন্ত আঁতৰোৱা হ'ল।
CommandList
কমাণ্ড চলাব পৰা নগ'ল।
Config
নেটৱৰ্ক ইনস্তলেচন। (নিস্ক্ৰিয়: ভুল কনফিগাৰেচন)
নেটৱৰ্ক্ ইনস্তলেচন। (নিস্ক্ৰিয়: অকার্যকৰ গোটৰ তথ্য পোৱা গ'ল)
পেকেজ বাচনি
নেটৱৰ্ক্ ইনস্তলেচন। (নিস্ক্ৰিয়: পেকেজ সুচী বিচাৰি পোৱা নগ'ল, আপোনাৰ নেটৱৰ্ক্ সংযোগ পৰীক্ষা কৰক)
%1 চেত্ আপৰ বাবে পৰামৰ্শ দিয়া আৱশ্যকতা এই কম্পিউটাৰটোৱে পূৰ্ণ নকৰে। <br/>স্থাপন প্ৰক্ৰিয়া অবিৰত ৰাখিব পাৰিব, কিন্তু কিছুমান সুবিধা নিষ্ক্রিয় হৈ থাকিব।
%1 ইনস্তলচেনৰ বাবে পৰামৰ্শ দিয়া আৱশ্যকতা এই কম্পিউটাৰটোৱে পূৰ্ণ নকৰে। ইনস্তলচেন অবিৰত ৰাখিব পাৰিব, কিন্তু কিছুমান সুবিধা নিষ্ক্রিয় হৈ থাকিব।
এইটো প্ৰগ্ৰেমে অপোনাক কিছুমান প্ৰশ্ন সুধিব আৰু অপোনাৰ কম্পিউটাৰত %2 স্থাপন কৰিব।
%1ৰ Calamares চেত্ আপ প্ৰগ্ৰামলৈ আদৰণি জনাইছো।
<h1> %1 চেত্ আপলৈ আদৰণি জনাইছো।</h1>
<h1>%1ৰ কেলামাৰেচ ইনস্তলাৰলৈ আদৰণি জনাইছো।</h1>
<h1>%1 ইনস্তলাৰলৈ আদৰণি জনাইছো।</h1>
আপোনাৰ ইউজাৰ নাম বহুত দীঘল।
'%1'ক ব্যৱহাৰকাৰীৰ নাম হিচাপে ব্যৱহাৰ কৰা অবধ্য |
আপোনাৰ ব্যৱহাৰকাৰী নাম lowercase বৰ্ণ বা underscoreৰে আৰম্ভ হ'ব লাগিব।
কেৱল lowercase বৰ্ণ, সংখ্যা, underscore আৰু hyphenৰ হে মাত্ৰ অনুমতি আছে।
আপোনাৰ হ'স্ট্ নাম বহুত ছুটি।
আপোনাৰ হ'স্ট্ নাম বহুত দীঘল।
'%1'ক আয়োজকৰ নাম হিচাপে ব্যৱহাৰ কৰা অবধ্য |
কেৱল বৰ্ণ, সংখ্যা, underscore আৰু hyphenৰ হে মাত্ৰ অনুমতি আছে।
আপোনাৰ পাছৱৰ্ডকেইটাৰ মিল নাই!
পেকেজ নিৰ্বাচন
সুচীৰ পৰা পণ্য এটা বাচনি কৰক। বাচনি কৰা পণ্যটো ইনস্তল হ'ব।
পেকেজ
সাৰাংশ
চেত্ আপ প্ৰক্ৰিয়া হ'লে কি হ'ব এয়া এটা অৱলোকন।
ইনস্তল প্ৰক্ৰিয়া হ'লে কি হ'ব এয়া এটা অৱলোকন।
@title
চেত্ আপ বিফল হ'ল
@title
ইনস্তলেচন বিফল হ'ল
@info
@info
@title
চেত্ আপ সম্পুৰ্ণ হৈছে
@title
ইনস্তলচেন সম্পুৰ্ণ হ'ল
@info
%1ৰ চেত্ আপ সম্পুৰ্ণ হৈছে।
@info
%1ৰ ইনস্তলচেন সম্পুৰ্ণ হ'ল।
@label, %1 is keyboard model, as in Apple Magic Keyboard
@label, %1 is layout, %2 is layout variant
@action
%1/%2 টাইমজ'ন চেত্ কৰক
@info
@info
ContextualProcessJob
@status
CreatePartitionDialog
এখন বিভাজন বনাওক
আয়তন (&z):
MiB
বিভাজনৰ প্ৰকাৰ (&T):
সম্প্ৰসাৰিত (&x)
ফাইল চিছ্টেম (&l):
LVM LV নাম
মাউন্ট পইন্ট (&M):
ফ্লেগ সমূহ:
এনক্ৰিপ্ত্ (&c)
যুক্তিসম্মত
মূখ্য
GPT
এইটো মাওন্ট্ পইন্ট্ ইতিমধ্যে ব্যৱহাৰ হৈ আছে। অনুগ্ৰহ কৰি বেলেগ এটা বাচনি কৰক।
CreatePartitionJob
%1 ফাইল চিছটেমৰ সৈতে %4 (%3) ত %2MiBৰ নতুন বিভাজন বনাওক।
<strong>%4</strong>ত নতুন (%3) <strong>%1</strong> ফাইল চিছটেমৰ <strong>%2MiB</strong> বিভাজন কৰক।
%2ত নতুন %1 বিভজন বনাই আছে।
'%1' ডিস্কত নতুন বিভাজন বনোৱাত ইনস্তলাৰটো বিফল হ'ল।
CreatePartitionTableDialog
বিভাজন তালিকা বনাওক
নতুন বিভাজন তালিকা বনালে ডিস্কত জমা থকা গোটেই ডাটা বিলোপ হৈ যাব।
আপুনি কেনেকুৱা ধৰণৰ বিভাজন তালিকা বনাব বিচাৰিছে?
প্ৰধান বুট্ নথি (MBR)
GUID বিভাজন তালিকা (GPT)
CreatePartitionTableJob
%2ত নতুন %1 বিভাজন তালিকা বনাওক।
<strong>%2</strong> (%3)ত নতুন <strong>%1</strong> বিভাজন তালিকা বনাওক।
%2ত নতুন %1 বিভাজন তালিকা বনোৱা হৈ আছে।
ইন্স্তলাৰটো %1ত বিভাজন তালিকা বনোৱাত বিফল হ'ল।
CreateUserJob
%1 ব্যৱহাৰকৰ্তা বনাওক
<strong>%1</strong> ব্যৱহাৰকৰ্তা বনাওক।
CreateVolumeGroupDialog
ভলিউম্ গোট বনাওক
CreateVolumeGroupJob
%1 নামৰ নতুন ভলিউম্ গোট বনাওক।
<strong>%1</strong> নামৰ নতুন ভলিউম্ গোট বনাওক।
%1 নামৰ নতুন ভলিউম্ গোট বনোৱা হৈ আছে।
ইন্স্তলাৰটোৱে '%1' নামৰ নতুন ভলিউম্ গোট বনোৱাত বিফল হৈছে।
DeactivateVolumeGroupJob
%1 নামৰ ভলিউম গোট নিস্ক্ৰিয় কৰক।
<strong>%1</strong> নামৰ ভলিউম গোট নিস্ক্ৰিয় কৰক।
ইনস্তলাৰটো %1 নামৰ ভলিউম গোট নিস্ক্ৰিয় কৰাত বিফল হ'ল।
DeletePartitionJob
%1 বিভাজন বিলোপ কৰক।
<strong>%1</strong> বিভাজন ডিলিট কৰক।
%1 বিভাজন বিলোপ কৰা হৈ আছে।
ইনস্তলাৰটো %1 বিভাজন বিলোপ কৰাত বিফল হ'ল।
DeviceInfoWidget
এইটো ডিভাইচত এখন <strong>%1</strong> বিভাজন তালিকা আছে।
এইটো এটা <strong>লুপ</strong> ডিভাইচ। <br><br>এইটো স্য়ুড্' ডিভাইচত কোনো বিভাজন তালিকা নাই যিয়ে ফাইলক ব্লোক ডিভাইচ ৰূপে ব্যৱহাৰ কৰিব পাৰা কৰিব। এইধৰণৰ চেত্ আপত সাধাৰণতে একক ফাইল চিছটেম থাকে।
ইনস্তলাৰটোৱে বচনি কৰা ষ্টোৰেজ ডিভাইচত বিভাজন তালিকা বিচাৰি নাপলে। ডিভাইচটোত কোনো বিভাজন তালিকা নাই বা বিভাজন তালিকা বেয়া বা অগ্যাত প্ৰকাৰ। এই ইনস্তলাৰটোৱে আপোনাৰ বাবে নতুন বিভাজন তালিকা স্বত:ভাৱে বনাব পাৰে বা মেন্যুৱেল বিভাজন পেজৰ দ্বাৰা বনাব পাৰে।
<br><br><strong>EFI</strong> বুট পৰিবেশত আৰম্ভ হোৱা আধুনিক চিছটেমবোৰৰ কাৰণে এইটো পৰমৰ্শ কৰা বিভাজন তালিকা।
<br><br>এইটো বিভাজন তালিকা কেৱল <strong>BIOS</strong> বুট পৰিৱেশৰ পৰা আৰম্ভ হোৱা পুৰণি চিছটেমৰ বাবে গ্ৰহণ কৰা হয়। বাকী সকলোবোৰৰ বাবে GPT উপযুক্ত।<br><br><strong>সতৰ্কবাণী:</strong> MBR বিভাজন তালিকা পুৰণি MS-DOS ৰ যুগৰ পদ্ধতি। <br>ইয়াত কেৱল 4 <em>মূখ্য</em> বিভাজন বনাব পাৰি, ইয়াৰ পৰা এটা <em>প্ৰসাৰণ</em> কৰিব পাৰি আৰু ইযাৰ ভিতৰত <em>logical</em> বিভাজন ৰাখিব পাৰি।
বাচনি কৰা ডিভাইচৰ বিভাজন তালিকাৰ প্ৰকাৰ। বিভাজন তালিকা বিলোপ কৰি আকৌ আৰম্ভনিৰ পৰা বনাইহে বিভাজন তালিকাৰ প্ৰকাৰ সলনি কৰিব পাৰি, যিয়ে ষ্টোৰেজ ডিভাইচত থকা গোটেই ডাটা বিলোপ কৰিব। যদি আপুনি বেলেগ একো বাচনি নকৰে, ইনস্তলাৰটোৱে বৰ্তমানৰ বিভাজন তালিকা প্ৰয়োগ কৰিব। যদি আপুনি নিশ্চিত নহয়, আধুনিক চিছটেমত GPT বাচনি কৰক।
DeviceModel
device[name] - size[number] (device-node[name])
%1 - %2 (%3)
device[name] - (device-node[name])
%1 - (%2)
DracutLuksCfgJob
@status
@info
@error
%1 খোলাত বিফল হ'ল
DummyCppJob
@status
EditExistingPartitionDialog
উপলব্ধ বিভাজন সম্পাদন কৰক
ৰাখক (&K)
ফৰ্মেট
সকিয়নি: বিভাজনটো ফৰমেট কৰিলে উপস্থিত থকা গোটেই ডাটা বিলোপ হ'ব।
মাউন্ট পইন্ট (&M):
আয়তন (&z):
MiB
ফাইল চিছটেম:
ফ্লেগ সমূহ:
EncryptWidget
চিছটেম এনক্ৰিপ্ত্ কৰক (&c)
পাছফ্ৰেছ
পাছফ্ৰেছ নিশ্ৱিত কৰক
অনুগ্ৰহ কৰি দুয়োটা বাকচত একে পাছফ্ৰেছ প্রবিষ্ট কৰক।
ErrorDialog
আপুনি ৱেবত ইণ্স্টল ল'গ পেস্ট কৰিব বিচাৰে নেকি?
FillGlobalStorageJob
বিভাজন তথ্য চেত্ কৰক
<strong>নতুন</strong> %2 চিছটেম বিভাজনত %1 ইনস্তল কৰক।
%3 চিছটেম বিভাজনত <strong>%1</strong>ত %2 ইনস্তল কৰক।
<strong>1%ত</strong> বুত্ লোডাৰ ইনস্তল কৰক।
মাউন্ট পইন্ট চেত্ আপ হৈ আছে।
FinishedPage
পুনৰাৰম্ভ কৰক (&R)
@info
<h1>সকলো কৰা হ'ল।</h1> <br/>আপোনাৰ কম্পিউটাৰত %1 স্থাপন কৰা হ'ল। <br/>আপুনি এতিয়া নতুন চিছটেম ব্যৱহাৰ কৰা আৰম্ভ কৰিব পাৰিব।
@tooltip
<html><head/><body><p>এইটো বিকল্পত ক্লিক কৰাৰ লগে লগে আপোনাৰ চিছটেম পুনৰাৰম্ভ হ'ব যেতিয়া আপুনি <span style="font-style:italic;">হৈ গ'ল</span>ত ক্লিক কৰে বা চেত্ আপ প্ৰগ্ৰেম বন্ধ কৰে।</p></body></html>
@info
<h1>সকলো কৰা হ'ল।</h1> আপোনাৰ কম্পিউটাৰত %1 ইনস্তল কৰা হ'ল। <br/>আপুনি এতিয়া নতুন চিছটেম পুনৰাৰম্ভ কৰিব পাৰিব অথবা %2 লাইভ বাতাৱৰণ ব্যৱহাৰ কৰা অবিৰত ৰাখিব পাৰে।
@tooltip
<html><head/><body><p>এইটো বিকল্পত ক্লিক কৰাৰ লগে লগে আপোনাৰ চিছটেম পুনৰাৰম্ভ হ'ব যেতিয়া আপুনি <span style="font-style:italic;">হৈ গ'ল</span>ত ক্লিক কৰে বা ইনস্তলাৰ বন্ধ কৰে।</p></body></html>
@info, %1 is product name with version
<h1>স্থাপন প্ৰক্ৰিয়া বিফল হ'ল।</h1> <br/>আপোনাৰ কম্পিউটাৰত %1 স্থাপন নহ'ল্। <br/>ক্ৰুটি বাৰ্তা আছিল: %2।
@info, %1 is product name with version
<h1>ইনস্তলচেন প্ৰক্ৰিয়া বিফল হ'ল।</h1> <br/>আপোনাৰ কম্পিউটাৰত %1 ইনস্তল নহ'ল্। <br/>ক্ৰুটি বাৰ্তা আছিল: %2।
FinishedQmlViewStep
@label
সমাপ্ত
FinishedViewStep
@label
সমাপ্ত
FormatPartitionJob
%4ত ফৰ্মেট বিভাজন %1 ( ফাইল চিছটেম: %2, আয়তন: %3 MiB)
<strong>%3MiB</strong> ৰ <strong>%1 %</strong> বিভাজন <strong>%2</strong> ফাইল চিছটেমৰ সৈতে ফৰ্মেট কৰক।
partition label %1 (device path %2)
%1 (%2)
%1 ফৰ্মেট বিভাজনৰ সৈতে %2 ফাইল চিছটেম।
ইনস্তলাৰটো '%2' ডিস্কত %1 বিভাজন ফৰ্মেট কৰাত বিফল হ'ল।
GeneralRequirements
ড্ৰাইভত পৰ্য্যাপ্ত খালী ঠাই নাই। অতি কমেও %1 GiB আৱশ্যক।
অতি কমেও %1 GiB কাৰ্য্যকৰি মেম'ৰি আছে
চিছটেমত পৰ্য্যাপ্ত কাৰ্য্যকৰি মেম'ৰী নাই। অতি কমেও %1 GiB আৱশ্যক।
পাৱাৰৰ উৎসৰ লগত সংযোগ হৈ আছে।
চিছটেম পাৱাৰৰ উৎসৰ লগত সংযোগ হৈ থকা নাই।
ইন্টাৰনেটৰ সৈতে সংযোগ হৈছে
চিছটেমটো ইন্টাৰনেটৰ সৈতে সংযোগ হৈ থকা নাই।
ইনস্তলাৰটো প্ৰসাশনক (ৰুট) হিছাবে চলি আছে নেকি
চেত্ আপ প্ৰগ্ৰেমটো প্ৰসাশনীয় অধিকাৰৰ সৈতে চলি থকা নাই।
ইনস্তলাৰটো প্ৰসাশনীয় অধিকাৰৰ সৈতে চলি থকা নাই।
সম্পূৰ্ণ ইনস্তলাৰটো দেখাবলৈ প্ৰয়োজনীয় ডাঙৰ স্ক্ৰীণ আছে নেকি?
চেত্ আপ প্ৰগ্ৰেমটো প্ৰদৰ্শন কৰিবলৈ স্ক্ৰিনখনৰ আয়তন যথেস্ট সৰু।
ইনস্তলাৰটো প্ৰদৰ্শন কৰিবলৈ স্ক্ৰিনখনৰ আয়তন যথেস্ট সৰু।
The (some mythological beast) has not been checked three times.
HostInfoJob
@status
IDJob
মূল উপকৰণ নিৰ্মাতা গোট চিনক্তকাৰী
<code>%1</code> ডিৰেক্টৰীবোৰ বনাব পৰা নাই।
<code>%1</code> ফাইল খুলিব পৰা নাই।
<code>%1</code> ফাইলত লিখিব পৰা নাই।
InitcpioJob
@status
InitramfsJob
@status
InteractiveTerminalPage
@error
@info
অনুগ্ৰহ কৰি কেডিই কনচোল্ ইন্সটল কৰক আৰু পুনৰ চেষ্টা কৰক!
@info
নিস্পাদিত লিপি: <code>%1</code>
InteractiveTerminalViewStep
@label
লিপি
KeyboardQmlViewStep
@label
কিবোৰ্ড
KeyboardViewStep
@label
কিবোৰ্ড
LCLocaleDialog
@title
@info
চিছটেমৰ স্থানীয় ছেটিংস্ কমাণ্ডলাইনৰ কিছুমান উপভোক্তা ইন্টাৰফেছ উপাদানৰ ভাষা আৰু আখৰবোৰত প্ৰভাৱ পেলায়। বৰ্তমান ছেটিংস্ হ'ল: <strong>%1</strong>।
@button
বাতিল কৰক (&C)
@button
ঠিক আছে (&O)
LOSHJob
এন্ক্ৰিপ্টেড স্ৱেপ কন্ফিগাৰ কৰি আছে।
LicensePage
<h1>অনুজ্ঞা-পত্ৰ চুক্তি</h1>
@info
মই ওপৰোক্ত চৰ্তাৱলী গ্ৰহণ কৰিছোঁ।
@info
অনুগ্ৰহ কৰি ব্যৱহাৰকৰ্তাৰ অনুজ্ঞা-পত্ৰ চুক্তি (EULA) সমূহ ভালদৰে নিৰীক্ষণ কৰক।
@info
এই চেচ্ আপ প্ৰক্ৰিয়াই মালিকানা চফটৱেৰ ইনস্তল কৰিব যিটো অনুজ্ঞা-পত্ৰৰ চৰ্তৰ অধীন বিষয় হ'ব।
@info
যদি আপুনি চৰ্তাৱলী গ্ৰহণ নকৰে, চেত্ আপ প্ৰক্ৰিয়া চলাই যাব নোৱাৰিব।
@info
এই চেত্ আপ প্ৰক্ৰিয়াই অতিৰিক্ত বৈশিষ্ট্য থকা সঁজুলি প্ৰদান কৰি ব্যৱহাৰকৰ্তাৰ অভিজ্ঞতা সংবৰ্দ্ধন কৰাৰ বাবে মালিকানা চফটৱেৰ ইনস্তল কৰিব যিটো অনুজ্ঞা-পত্ৰৰ চৰ্তৰ অধীন বিষয় হ'ব।
@info
যাদি আপুনি চৰ্তাৱলী নামানে, মালিকিস্ৱত্ত থকা চফ্টৱেৰ ইনস্তল নহব আৰু মুকলি উৎস বিকল্প ব্যৱহাৰ হ'ব।
LicenseViewStep
@label
অনুজ্ঞা-পত্ৰ
LicenseWidget
@label
URL: %1
@label, %1 is product name, %2 is product vendor
%1 is an untranslatable product name, example: Creative Audigy driver
<br/>%2ৰ দ্ৱাৰা <strong>%1 ড্ৰাইভাৰ</strong>
@label, %1 is product name, %2 is product vendor
%1 is usually a vendor name, example: Nvidia graphics driver
<br/><font color="Grey">%2ৰ দ্ৱাৰা</font> <strong>%1 গ্ৰাফিক্চ্ ড্ৰাইভাৰ</strong>
@label, %1 is product name, %2 is product vendor
<br/><font color="Grey">%2ৰ দ্ৱাৰা</font> <strong>%1 ব্ৰাউজাৰ প্লাগ ইন</strong>
@label, %1 is product name, %2 is product vendor
<br/><font color="Grey">%2ৰ দ্ৱাৰা</font> <strong>%1 কোডেক</strong>
@label, %1 is product name, %2 is product vendor
<br/><font color="Grey">%2ৰ দ্ৱাৰা</font> <strong>%1 পেকেজ</strong>
@label, %1 is product name, %2 is product vendor
<br/><font color="Grey">%2ৰ দ্ৱাৰা</font> <strong>%1</strong>
@label
ফাইল: %1
@tooltip
@tooltip
অনুজ্ঞা-পত্ৰৰ লেখনি দেখাওক
@tooltip
LocalePage
@label
ক্ষেত্ৰ:
@label
মন্ডল:
@button
LocaleQmlViewStep
@label
অৱস্থান
LocaleTests
LocaleViewStep
@label
অৱস্থান
LuksBootKeyFileJob
LUKS কি ফাইল কনফিগাৰ কৰক।
কোনো বিভাজনৰ বৰ্ণনা দিয়া নাই।
এনক্ৰিপছন থকা rootfs চেত্ আপত ত্ৰুটি
ৰুট বিভাজন %1 LUKS, কিন্তু পাসফ্রেজ ছেট কৰা হোৱা নাই।
%1 ৰুট বিভাজনৰ বাবে LUKS কি বনাৱ পৰা নগ'ল।
MachineIdJob
মেচিন-আইডি সৃষ্টি কৰক।
কনফিগাৰেচন ত্ৰুটি
এইটো মেচিন-আইডিৰ বাবে কোনো মাউন্ট্ পইণ্ট্ট্ট্ ছেট কৰা নাই।
Map
@label
সময় অঞ্চল: %1
@info
অনুগ্ৰহ কৰি নিজৰ প্রিয় স্থান নক্সাখ্নত বাছক জাতে ইস্নস্তালাৰটোৱে অপোনাক থলী
আৰু সময় অঞ্চলৰ ছেটিংছ আপোৰ বাবে মিলাই দায়ক | আপোনি পৰামৰ্শমূলক ছেটিংছবোৰক তলত অনুকূলিত কৰিব পাৰে | নক্সাখ্নত পৈন্তেৰদালক টানি অনুসন্ধান কৰিব |
আৰু +/- বুটামেৰে যোম in/out কৰক বা মাউছৰ সচৰোলৰও ব্যবহাৰ কৰিব পাৰে |
Map-qt6
@label
সময় অঞ্চল: %1
@label
অনুগ্ৰহ কৰি নিজৰ প্রিয় স্থান নক্সাখ্নত বাছক জাতে ইস্নস্তালাৰটোৱে অপোনাক থলী
আৰু সময় অঞ্চলৰ ছেটিংছ আপোৰ বাবে মিলাই দায়ক | আপোনি পৰামৰ্শমূলক ছেটিংছবোৰক তলত অনুকূলিত কৰিব পাৰে | নক্সাখ্নত পৈন্তেৰদালক টানি অনুসন্ধান কৰিব |
আৰু +/- বুটামেৰে যোম in/out কৰক বা মাউছৰ সচৰোলৰও ব্যবহাৰ কৰিব পাৰে |
NetInstallViewStep
পেকেজ বাচনি
কাৰ্যালয়ৰ ছফটৱেৰ
কাৰ্যালয়ৰ পেকেজ
ব্ৰাউজাৰৰ ছফটৱেৰ
ব্ৰাউজাৰৰ পেকেজ
ৱেব ব্ৰাউজাৰ
label for netinstall module, Linux kernel
কাৰ্ণেল
label for netinstall module, system services
সেৰ্ৱিচেস
label for netinstall module, choose login manager
পৰীক্ষণ কৰক
label for netinstall module, choose desktop environment
দেস্কেতোপ
label for netinstall module
যোগাযোগ
label for netinstall module
প্রবৃদ্ধি
label for netinstall module
কাৰ্যালয়
label for netinstall module
মাল্টিমিডিয়া
label for netinstall module
ইণ্টাৰনেট
label for netinstall module
থিমীং
label for netinstall module
খেলা
label for netinstall module
সঁজুলি
এপ্লীকেছ্নচ
NotesQmlViewStep
টোকা
OEMPage
দল(&t):
<html><head/><body><p>দলৰ পৰিচয় লিখক। এইটো গন্তব্য চিছটেমত জমা থাকিব।</p></body></html>
<html><head/><body><h1>মূল উপকৰণ নিৰ্মাতা কনফিগাৰেচন।</h1> <p>গন্তব্য চিছটেম কনফিগাৰ কৰোতে কেলামাৰেচে মূল উপকৰণ নিৰ্মাতাৰ চেটিংস ব্যৱহাৰ কৰিব।</p></body></html>
OEMViewStep
মূল উপকৰণ নিৰ্মাতা কনফিগাৰেচন
<code>%1ত</code> মূল উপকৰণ নিৰ্মাতা গোট চিনক্তকাৰি চেত্ কৰক।
Offline
@label
@label
সময় অঞ্চল: %1
@label
@button
@label
Offline-qt6
@label
@label
সময় অঞ্চল: %1
@label
@button
@label
PWQ
পাছৱৰ্ড বহুত ছুটি
পাছৱৰ্ড বহুত দীঘল
পাছৱৰ্ড বহুত দুৰ্বল
'%1' চেটিংস কৰোতে মেম'ৰী আৱন্টন ক্ৰুটি
মেম'ৰী আৱন্টন ক্ৰুটি
পাছৱৰ্ডটো পুৰণি পাছৱৰ্ডৰ লগত একে
পাছৱৰ্ডটো পেলিন্ড্ৰোম
পাছৱৰ্ডকেইটাৰ মাজত কেৱল lower/upper caseৰ পাৰ্থক্য আছে
পাছৱৰ্ডটো পুৰণি পাছৱৰ্ডৰ লগত যথেষ্ট একে
পাছৱৰ্ডটোত কিবা প্ৰকাৰে ব্যৱহাৰকাৰীৰ নাম আছে
পাছৱৰ্ডটোত কিবা প্ৰকাৰে ব্যৱহাৰকাৰীৰ আচল নামৰ কিবা শব্দ আছে
পাছৱৰ্ডটোত কিবা প্ৰকাৰে নিষিদ্ধ শব্দ আছে
পাছৱৰ্ডটোত বহুত কম সংখ্যাক সংখ্যা আছে
পাছৱৰ্ডটোত বহুত কম সংখ্যাক কম uppercaseৰ বৰ্ণ আছে
পাছৱৰ্ডটোত বহুত কম সংখ্যাক কম lowercaseৰ বৰ্ণ আছে
পাছৱৰ্ডটোত বহুত কম সংখ্যাক কম non-alphanumeric বৰ্ণ আছে
পাছৱৰ্ডটো বহুত ছুটি
পাছৱৰ্ডটোত থকা বৰ্ণ শ্ৰেণী যথেষ্ট নহয়
পাছৱৰ্ডটোত একে বৰ্ণ উপর্যুপৰি বহুতবাৰ আছে
পাছৱৰ্ডটোত একে বৰ্ণ শ্ৰেণীৰ বৰ্ণ উপর্যুপৰি বহুতো আছে
পাছৱৰ্ডটোত বহুত দীঘল ম'ন'টনিক চিকুৱেন্স্ বৰ্ণ আছে
কোনো পাছৱৰ্ড্ দিয়া নাই
RNG ডেভাইচৰ পৰা কোনো ৰেণ্ডম সংখ্যা পোৱা নগ'ল
পাছৱৰ্ড্ বনোৱা কাৰ্য্য বিফল হ'ল - চেটিংসৰ বাবে আৱশ্যক এন্ট্ৰ'পী বহুত কম আছে
পাছৱৰ্ডটো অভিধানৰ পৰীক্ষণত বিফল হ'ল - %1
পাছৱৰ্ডটো অভিধানৰ পৰীক্ষণত বিফল হ'ল
অজ্ঞাত ছেটিংস - %1
অজ্ঞাত ছেটিংস
ছেটিংসৰ বেয়া পুৰ্ণ সংখ্যা মান - %1
বেয়া পুৰ্ণ সংখ্যা মান
চেটিংস্ %1 পূৰ্ণাংক নহয়
চেটিংস্ পূৰ্ণাংক নহয়
চেটিংস্ %1 স্ট্ৰিং নহয়
চেটিংস্ স্ট্ৰিং নহয়
কনফিগাৰেচন ফাইল খোলাত বিফল হ'ল
কনফিগাৰেচন ফাইলটো বেয়া
গভীৰ বিফলতা
অজ্ঞাত ক্ৰুটি
খালী পাছৱৰ্ড
PackageChooserPage
পণ্যৰ নাম
TextLabel
পণ্যৰ দীঘল বিৱৰণ
পেকেজ নিৰ্বাচন
সুচীৰ পৰা পণ্য এটা বাচনি কৰক। বাচনি কৰা পণ্যটো ইনস্তল হ'ব।
PackageModel
নাম
বিৱৰণ
Page_Keyboard
আপোনাৰ কিবোৰ্ড পৰীক্ষা কৰিবলৈ ইয়াত টাইপ কৰক
Page_UserSetup
আপোনাৰ নাম কি?
আপোনাৰ সম্পূৰ্ণ নাম
লগইনত আপোনি কি নাম ব্যৱহাৰ কৰিব বিচাৰে?
লগইন
এইটো কম্পিউটাৰৰ নাম কি?
<small>যদি আপুনি আপোনাৰ কম্পিউটাৰটো বেলেগে নেটৱৰ্কত প্ৰদৰ্শন কৰে এই নামটো ব্যৱহাৰ হ'ব।</small>
কম্পিউটাৰৰ নাম
আপোনাৰ একাউণ্ট সুৰক্ষিত ৰাখিবলৈ পাছৱৰ্ড এটা বাছনি কৰক।
<small>একে পাছৱৰ্ড দুবাৰ লিখক, যাতে লিখন ক্ৰুটিৰ পৰীক্ষণ কৰিব পৰা যায়। এটা ভাল পাছৱৰ্ডত বৰ্ণ, সংখ্যা আৰু punctuationৰ মিশ্ৰণ থাকে, অতি কমেও আঠটা বৰ্ণ থাকিব লাগে আৰু নিয়মিত সমযৰ ব্যৱধানত সলনি কৰি থাকিব লাগে।</small>
পাছৱৰ্ড
পাছৱৰ্ড পুনৰ লিখক।
এই বাকচটো চিহ্নিত কৰিলে পাছ্ৱৰ্ডৰ প্ৰৱলতা কৰা হ'ব আৰু আপুনি দুৰ্বল পাছৱৰ্ড ব্যৱহাৰ কৰিব নোৱাৰিব।
শক্তিশালী পাছৱৰ্ডৰ আৱশ্যক।
কোনো পাছৱৰ্ড নোসোধাকৈ স্ৱত:পূৰ্ণ লগ্ইন কৰক।
প্ৰশাসনীয় একাউন্টৰ বাবে একে পাছৱৰ্ড্ ব্যৱহাৰ কৰক।
প্ৰশাসনীয় একাউন্টৰ বাবে পাছৱৰ্ড এটা বাছনি কৰক।
<small>একে পাছৱৰ্ড দুবাৰ লিখক, যাতে লিখাত ক্ৰুটি আছে নেকি পৰীক্ষা কৰিব পাৰে।</small>
PartitionLabelsView
মূল
ঘৰ
বুত্
ই এফ আই (EFI) চিছটেম
স্ৱেপ
%1 ৰ বাবে নতুন বিভাজন
নতুন বিভাজন
size[number] filesystem[name]
%1 %2
PartitionModel
খালী ঠাই
নতুন বিভাজন
নাম
ফাইল চিছটেম
মাউন্ট পইন্ট
আয়তন
PartitionPage
ষ্টোৰেজ ডিভাইচ (&v):
সকলো সলনি আগৰ দৰে কৰক (&R)
নতুন বিভাজন তালিকা (&T)
বনাওক (&a)
সম্পাদনা কৰক (&E)
বিলোপ কৰক (&D)
নতুন ভলিউম্ গোট
ভলিউম্ গোটৰ আয়তন সলনি কৰক
ভলিউম্ গোট নিস্ক্ৰিয় কৰক
ভলিউম্ গোট বিলোপ কৰক
বুট লোডাৰ ইনস্তল কৰক (&I):
আপুনি নিশ্চিতভাৱে %1ত নতুন তালিকা বনাব বিচাৰে নেকি?
নতুন বিভাজন বনাব নোৱৰি
%1ত থকা বিভাজন তালিকাত ইতিমধ্যে %2 মূখ্য বিভাজন আছে, আৰু একো যোগ কৰিব নোৱাৰিব। তাৰ সলনি এখন মূখ্য বিভাজন বিলোপ কৰক আৰু এখন প্ৰসাৰিত বিভাজন যোগ কৰক।
PartitionViewStep
চিছটেম তথ্য সংগ্ৰহ কৰা হৈ আছে।
বিভাজনসমুহ
বর্তমান:
পিছত:
কোনো EFI চিছটেম বিভাজন কনফিগাৰ কৰা হোৱা নাই
GPTৰ BIOSত ব্যৱহাৰৰ বাবে বিকল্প
বুত্ বিভাজন এনক্ৰিপ্ত্ নহয়
এনক্ৰিপ্তেড ৰুট বিভাজনৰ সৈতে এটা বেলেগ বুট বিভাজন চেত্ আপ কৰা হৈছিল, কিন্তু বুট বিভাজন এনক্ৰিপ্তেড কৰা হোৱা নাই। <br/><br/>এইধৰণৰ চেত্ আপ সুৰক্ষিত নহয় কাৰণ গুৰুত্ব্পুৰ্ণ চিছটেম ফাইল আন্এনক্ৰিপ্তেড বিভাজনত ৰখা হয়। <br/>আপুনি বিচাৰিলে চলাই থাকিব পাৰে কিন্তু পিছ্ত চিছটেম আৰম্ভৰ সময়ত ফাইল চিছটেম খোলা যাব। <br/>বুট বিভাজন এনক্ৰিপ্ত্ কৰিবলৈ উভতি যাওক আৰু বিভাজন বনোৱা windowত <strong>Encrypt</strong> বাচনি কৰি আকৌ বনাওক।
অতি কমেও এখন ডিস্ক্ উপলব্ধ আছে।
ইনস্তল কৰিবলৈ কোনো বিভাজন নাই।
PlasmaLnfJob
প্লজমা Look-and-Feel কাৰ্য্য
কেডিই প্লাজ্মা Look-and-Feel পেকেজ বাচনি কৰিব পৰা নগ'ল
PlasmaLnfPage
অনুগ্ৰহ কৰি কেডিই প্লজ্মা ডেক্সটপৰ বাবে এটা look-and-feel বাচনি কৰে। আপুনি এতিয়াৰ বাবে এইটো পদক্ষেপ এৰি থব পাৰে আৰু চিছটেম স্থাপন কৰাৰ পিছতো look-and-feel কন্ফিগাৰ কৰিব পাৰে। look-and-feel বাচনি এটাত ক্লিক্ কৰিলে ই আপোনাক live preview দেখুৱাব।
অনুগ্ৰহ কৰি কেডিই প্লজ্মা ডেক্সটপৰ বাবে এটা look-and-feel বাচনি কৰে। আপুনি এতিয়াৰ বাবে এইটো পদক্ষেপ এৰি থব পাৰে আৰু চিছটেম ইনস্তল কৰাৰ পিছতো look-and-feel কন্ফিগাৰ কৰিব পাৰে। look-and-feel বাচনি এটাত ক্লিক্ কৰিলে ই আপোনাক live preview দেখুৱাব।
PlasmaLnfViewStep
Look-and-Feel
PreserveFiles
ফাইল পিছৰ বাবে জমা কৰি আছে ...
পিছলৈ জমা ৰাখিব কোনো ফাইল কন্ফিগাৰ কৰা হোৱা নাই।
কন্ফিগাৰ কৰা গোটেই ফাইল জমা ৰাখিব নোৱৰি।
ProcessResult
কমাণ্ডৰ পৰা কোনো আউটপুট পোৱা নগ'ল।
আউটপুট
বাহ্যিক কমাণ্ড ক্ৰেছ্ কৰিলে।
<i>%1</i> কমাণ্ড ক্ৰেছ্ কৰিলে।
বাহ্যিক কমাণ্ড আৰম্ভ হোৱাত বিফল হ'ল।
<i>%1</i> কমাণ্ড আৰম্ভ হোৱাত বিফল হ'ল।
কমাণ্ড আৰম্ভ কৰাৰ সময়ত আভ্যন্তৰীণ ক্ৰুটি।
প্ৰক্ৰিয়া কাৰ্য্যৰ বাবে বেয়া মান।
বাহ্যিক কমাণ্ড সমাপ্ত কৰাত বিফল হ'ল।
<i>%1</i> কমাণ্ড সমাপ্ত কৰাত %2 ছেকেণ্ডত বিফল হ'ল।
বাহ্যিক কমাণ্ড ক্ৰটিৰ সৈতে সমাপ্ত হ'ল।
<i>%1</i> কমাণ্ড %2 এক্সিড্ কোডৰ সৈতে সমাপ্ত হ'ল।
QObject
%1 (%2)
ডিফল্ট্
ফাইল বিচাৰি পোৱা নাই
<pre>%1</pre> পথটো পূৰ্ণ পথ নহয়।
<pre>%1</pre> ৰেন্ডম ফাইল বনাব পৰা নগ'ল।
কোনো পণ্য নাই
একো বিৱৰণি দিয়া হোৱা নাই।
(কোনো মাউন্ট পইন্ট নাই)
বিভাজন নকৰা খালী ঠাই অথবা অজ্ঞাত বিভজন তালিকা
@partition info
অজ্ঞাত
@partition info
প্ৰসাৰিত
@partition info
ফৰ্মেট কৰা হোৱা নাই
@partition info
স্ৱেপ
Recommended
%1 চেত্ আপৰ বাবে পৰামৰ্শ দিয়া আৱশ্যকতা এই কম্পিউটাৰটোৱে পূৰ্ণ নকৰে। <br/>স্থাপন প্ৰক্ৰিয়া অবিৰত ৰাখিব পাৰিব, কিন্তু কিছুমান সুবিধা নিষ্ক্রিয় হৈ থাকিব।
RemoveUserJob
গন্তব্য চিছটেমৰ পৰা লাইভ ব্যৱহাৰকাৰি আতৰাওক
RemoveVolumeGroupJob
%1 নামৰ ভলিউম্ গোট বিলোপ কৰক।
<strong>%1</strong> নামৰ ভলিউম্ গোট বিলোপ কৰক।
ইনস্তলটো %1 নামৰ নতুন ভলিউম্ গোট বিলোপ কৰাত বিফল হ'ল।
Requirements
%1 ইনস্তলচেনৰ বাবে নিম্নতম আৱশ্যকতা এই কম্পিউটাৰটোৱে পূৰ্ণ নকৰে।
<br/>ইনস্তলচেন প্ৰক্ৰিয়া অবিৰত ৰাখিব নোৱাৰিব।
%1 চেত্ আপৰ বাবে পৰামৰ্শ দিয়া আৱশ্যকতা এই কম্পিউটাৰটোৱে পূৰ্ণ নকৰে। <br/>স্থাপন প্ৰক্ৰিয়া অবিৰত ৰাখিব পাৰিব, কিন্তু কিছুমান সুবিধা নিষ্ক্রিয় হৈ থাকিব।
ResizeFSJob
@status
@error
অকার্যকৰ কনফিগাৰেচন
@error
ফাইল চিছটেমটোৰ আয়তন পৰিৱৰ্তন কাৰ্য্যৰ এটা অকার্যকৰ কনফিগাৰেচন আছে আৰু সেইটো নচলিব।
@error
@error
@error
@info
এইটো চিছটেমত %1 ফাইল চিছটেম বিছাৰি পোৱা নগ'ল আৰু সেইটোৰ আয়তন সলনি কৰিব নোৱাৰি।
@info
এইটো চিছটেমত %1 ডিভাইচ বিছাৰি পোৱা নগ'ল আৰু সেইটোৰ আয়তন সলনি কৰিব নোৱাৰি।
@error
আয়তন পৰিৱৰ্তন কাৰ্য্য বিফল হ'ল
@error
%1 ফাইল চিছটেমটোৰ আয়তন সলনি কৰিব নোৱাৰি।
@error
%1 ডিভাইচটোৰ আয়তন সলনি কৰিব নোৱাৰি।
@info
@info
%1 ডিভাইচটোৰ আয়তন সলনি কৰিব লাগে, কিন্তু কৰিব নোৱাৰি।
ResizePartitionJob
%1 বিভাজনৰ আয়তন সলনি কৰক।
<strong>%2MiB</strong> আয়তনৰ <strong>%1</strong> বিভাজনৰ আয়তন সলনি কৰি <strong>%3MiB</strong> কৰক।
%2MiB ৰ %1 বিভাজনৰ আয়তন সলনি কৰি %3 কৰি আছে।
ইনস্তলাৰটো '%2' ডিস্কত %1 বিভাজনৰ আয়তন সলনি কৰাত বিফল হ'ল।
ResizeVolumeGroupDialog
ভলিউম্ গোটৰ আয়তন সলনি কৰক
ResizeVolumeGroupJob
%1 নামৰ ভলিউম্ গোটটোৰ আয়তন %2ৰ পৰা %3লৈ সলনি কৰক।
<strong>%1</strong> নামৰ ভলিউম্ গোটটোৰ আয়তন <strong>%2</strong>ৰ পৰা <strong>%3</strong>লৈ সলনি কৰক।
ইনস্তলাৰটো %1 নামৰ ভলিউম্ গোটটোৰ আয়তন সলনি কৰাত বিফল হ'ল।
ResultsListWidget
ScanningDialog
ষ্টোৰেজ ডিভাইচ স্কেন কৰি আছে...
বিভাজন কৰি আছে
SetHostNameJob
%1 হোস্ট্ নাম চেত্ কৰক
<strong>%1</strong> হোস্ট্ নাম চেত্ কৰক।
%1 হোস্ট্ নাম চেত্ কৰি আছে।
আভ্যন্তৰিণ ক্ৰুটি
গন্তব্য চিছটেমত হোষ্ট নাম লিখিব নোৱাৰিলে
SetKeyboardLayoutJob
@status, %1 model, %2 layout, %3 variant
@error
ভাৰচুৱেল কনচ'লৰ বাবে কিবোৰ্ড কনফিগাৰেচন লিখাত বিফল হ'ল।
@error, %1 is virtual console configuration path
%1 ত লিখাত বিফল হ'ল
@error
X11ৰ বাবে কিবোৰ্ড কনফিগাৰেচন লিখাত বিফল হ'ল।
@error, %1 is keyboard configuration path
%1 ত লিখাত বিফল হ'ল
@error
উপস্থিত থকা /etc/default ডিৰেক্টৰিত কিবোৰ্ড কনফিগাৰেচন লিখাত বিফল হ'ল।
@error, %1 is default keyboard path
%1 ত লিখাত বিফল হ'ল
SetPartFlagsJob
%1 বিভাজনত ফ্লেগ চেত্ কৰক।
%1MiB ৰ %2 বিভাজনত ফ্লেগ চেত্ কৰক।
নতুন বিভাজনত ফ্লেগ চেত্ কৰক।
<strong>%1</strong> বিভাজনত ফ্লেগ আতৰাওক।
%1MiB ৰ <strong>%2</strong> বিভাজনৰ ফ্লেগবোৰ আতৰাওক।
নতুন বিভাজনৰ ফ্লেগ আতৰাওক।
<strong>%1</strong> বিভাজনত <strong>%2</strong>ৰ ফ্লেগ লগাওক।
%1MiBৰ <strong>%2</strong> বিভাজনত <strong>%3</strong> ফ্লেগ লগাওক।
নতুন বিভাজনত <strong>%1</strong>ৰ ফ্লেগ লগাওক।
<strong>%1</strong> বিভাজনৰ ফ্লেগ আতৰাই আছে।
%1MiB ৰ <strong>%2</strong> বিভাজনৰ ফ্লেগবোৰ আতৰ কৰি আছে।
নতুন বিভাজনৰ ফ্লেগ আতৰাই আছে।
<strong>%1</strong> বিভাজনত <strong>%2</strong> ফ্লেগ লগাই আছে।
%1MiBৰ <strong>%2</strong> বিভাজনত <strong>%3</strong> ফ্লেগ লগাই আছে।
নতুন বিভাজনত <strong>%1</strong> ফ্লেগ লগাই আছে।
ইনস্তলাৰটো %1 বিভাজনত ফ্লেগ লগোৱাত বিফল হ'ল।
SetPasswordJob
%1 ব্যৱহাৰকাৰীৰ বাবে পাছ্ৱৰ্ড চেত্ কৰক
%1 ব্যৱহাৰকাৰীৰ বাবে পাছ্ৱৰ্ড চেত্ কৰি আছে।
গন্তব্যস্থানৰ চিছটেমৰ পথ বেয়া।
ৰূট মাঊন্ট পইন্ট্ %1
ৰূট একাঊন্ট নিস্ক্ৰিয় কৰিব নোৱাৰি।
%1 ব্যৱহাৰকাৰীৰ পাছ্ৱৰ্ড চেত্ কৰিব নোৱাৰি।
%1 ক্ৰুটি চিহ্নৰ সৈতে ইউজাৰম'ড সমাপ্ত হ'ল।
SetTimezoneJob
@status
@error
বাচনি কৰা টাইমজ'ন পথত যাব নোৱাৰি।
@error
বেয়া পথ: %1
@error
টাইমজ'ন চেত্ কৰিব নোৱাৰি।
@info
লিংক বনোৱাত বিফল হ'ল, গন্তব্য স্থান: %1; লিংকৰ নাম: %2
@info
/etc/timezone ত লিখিব খুলিব নোৱাৰি
SetupGroupsJob
SetupSudoJob
sudoers ফাইলত chmod কৰিব পৰা নগ'ল।
লিখাৰ বাবে sudoers ফাইল বনাব পৰা নগ'ল।
ShellProcessJob
ছেল প্ৰক্ৰিয়াবোৰৰ কাৰ্য্য
SlideCounter
slide counter, %1 of %2 (numeric)
%L1 / %L2
StandardButtons
ঠিক আছে (&O)
হয় (&Y)
নহয় (&N)
বাতিল কৰক (&C)
বন্ধ (&C)
TrackingInstallJob
ইনস্তল সম্বন্ধীয় প্ৰতিক্ৰিয়া
ইন্স্তল সম্বন্ধীয় প্ৰতিক্ৰিয়া পঠাই আছে।
ইন্স্তল-ক্ৰুটিৰ আভ্যন্তৰীণ ক্ৰুটি।
HTTP ৰিকুৱেস্টৰ সময় উকলি গ'ল।
TrackingKUserFeedbackJob
KDE ব্যৱহাৰকৰ্তাৰ সম্বন্ধীয় প্ৰতিক্ৰীয়া
কনফিগাৰত KDE ব্যৱহাৰকৰ্তাৰ সম্বন্ধীয় প্ৰতিক্ৰীয়া
KDE ব্যৱহাৰকৰ্তাৰ ফিডবেক কনফিগাৰেচনৰ ক্ৰুটি।
KDE ব্যৱহাৰকৰ্তাৰ প্ৰতিক্ৰিয়া ঠাকভাৱে কন্ফিগাৰ কৰিব পৰা নগ'ল, লিপি ক্ৰুটি %1।
KDE ব্যৱহাৰকৰ্তাৰ প্ৰতিক্ৰিয়া ঠাকভাৱে কন্ফিগাৰ কৰিব পৰা নগ'ল, কেলামাৰেচ ক্ৰুটি %1।
TrackingMachineUpdateManagerJob
মেচিন সম্বন্ধীয় প্ৰতিক্ৰীয়া
মেচিন সম্বন্ধীয় প্ৰতিক্ৰীয়া কনফিগাৰ কৰি আছে।
মেচিনত ফিডবেক কনফিগাৰেচনৰ ক্ৰুটি।
মেচিনৰ প্ৰতিক্ৰিয়া ঠাকভাৱে কন্ফিগাৰ কৰিব পৰা নগ'ল, লিপি ক্ৰুটি %1।
মেচিনৰ প্ৰতিক্ৰিয়া ঠাকভাৱে কন্ফিগাৰ কৰিব পৰা নগ'ল, কেলামাৰেচ ক্ৰুটি %1।
TrackingPage
প্লেচহোল্ডাৰ
<html><head/><body><p>এইটো বাচনি কৰি, ইনস্তলচেনৰ বিষয়ে <span style=" font-weight:600;">মুঠতে একো তথ্য</span> আপুনি নপঠায়।</p></body></html>
<html><head/><body><p><a href="placeholder"><span style=" text-decoration: underline; color:#2980b9;">ব্যৱহাৰকাৰীৰ অধিক তথ্য পাবলৈ ইয়াত ক্লিক কৰক</span></a></p></body></html>
এইটো বাচনি কৰি আপুনি ইনস্তলচেন আৰু হাৰ্ডৱেৰৰ বিষয়ে তথ্য পঠাব। ইনস্তলচেনৰ পিছত <b>এই তথ্য এবাৰ পঠোৱা হ'ব</b>।
এইটো বাচনি কৰি আপুনি ইনস্তলচেন, হাৰ্ডৱেৰ আৰু এপ্লিকেচনৰ বিষয়ে <b>মেচিন</b> %1লৈ তথ্য পঠাব।
এইটো বাচনি কৰি আপুনি ইনস্তলচেন, হাৰ্ডৱেৰ আৰু এপ্লিকেচনৰ বিষয়ে <b>ব্যৱহাৰকৰ্তা</b> %1লৈ তথ্য পঠাব।
TrackingViewStep
প্ৰতিক্ৰিয়া
UmountJob
ফাইল চিছটেমবোৰ মাউণ্টৰ পৰা আতৰাওক।
UsersPage
<small>যদি এটাতকৈ বেছি ব্যক্তিয়ে এইটো কম্পিউটাৰ ব্যৱহাৰ কৰে, আপুনি চেত্ আপৰ পিছত বহুতো একাউন্ট বনাব পাৰে।</small>
<small>যদি এটাতকৈ বেছি ব্যক্তিয়ে এইটো কম্পিউটাৰ ব্যৱহাৰ কৰে, আপুনি ইনস্তলচেনৰ পিছত বহুতো একাউন্ট বনাব পাৰে।</small>
UsersQmlViewStep
ব্যৱহাৰকাৰীসকল
UsersViewStep
ব্যৱহাৰকাৰীসকল
VariantModel
Column header for key/value
কি
Column header for key/value
মান
VolumeGroupBaseDialog
ভলিউম্ গোট
ফিজিকেল ভলিউমবোৰৰ সুচী
ভলিউম্ গোটৰ নাম:
ভলিউম্ গোটৰ প্ৰকাৰ:
ফিজিকেল ডিস্কৰ আয়তন সীমা:
MiB
মুঠ আয়তন:
ব্যৱহাৰ কৰা আয়তন:
মুঠ চেক্টৰবোৰ:
LVবোৰৰ সংখ্যা:
WelcomePage
এপ্লিকেচন আৰু চিছটেম ভাষা বাচনি কৰক
দান কৰা ৱেবচাইট খোলক
দান কৰক (&D)
সহায়ক ৱেবচাইট খোলক
সহায় (&S)
সমস্যা আৰু ক্ৰুটি অনুসৰণৰ ৱেবচাইট খোলক
জ্ঞাত সমস্যা (&K)
মুক্তি টোকাৰ ৱেবচাইট খোলক
মুক্তি টোকা (&R)
%1 সহায়
@title
@title
WelcomeQmlViewStep
আদৰণি
WelcomeViewStep
আদৰণি
ZfsJob
কনফিগাৰেচন ত্ৰুটি
calamares-sidebar
সম্পর্কে
@button
সম্পর্কে
@tooltip
@button
@tooltip
দিবাগ তথ্য দেখাওক
finishedq
finishedq-qt6
@title
@info, %1 is the product name
@button
@button
@info
finishedq@mobile
@title
@info, %1 is the product name
@button
@button
keyboardq
@label
@label
@label
@label
@label
keyboardq-qt6
@label
@label
@label
@label
@label
localeq
@button
সলনি
@info
@info
localeq-qt6
@button
সলনি
@info
@info
notesqml
<h3>%1</h3>
<p>এই খিনি ৰিলিজ নোতৰ উদাহৰণ </p>
packagechooserq
packagechooserq-qt6
release_notes
পাছলৈ
usersq
আপোনাৰ নাম কি?
আপোনাৰ সম্পূৰ্ণ নাম
লগইনত আপোনি কি নাম ব্যৱহাৰ কৰিব বিচাৰে?
কেৱল lowercase বৰ্ণ, সংখ্যা, underscore আৰু hyphenৰ হে মাত্ৰ অনুমতি আছে।
এইটো কম্পিউটাৰৰ নাম কি?
কম্পিউটাৰৰ নাম
আপোনাৰ একাউণ্ট সুৰক্ষিত ৰাখিবলৈ পাছৱৰ্ড এটা বাছনি কৰক।
পাছৱৰ্ড
পাছৱৰ্ড পুনৰ লিখক।
এই বাকচটো চিহ্নিত কৰিলে পাছ্ৱৰ্ডৰ প্ৰৱলতা কৰা হ'ব আৰু আপুনি দুৰ্বল পাছৱৰ্ড ব্যৱহাৰ কৰিব নোৱাৰিব।
প্ৰশাসনীয় একাউন্টৰ বাবে একে পাছৱৰ্ড্ ব্যৱহাৰ কৰক।
usersq-qt6
আপোনাৰ নাম কি?
আপোনাৰ সম্পূৰ্ণ নাম
লগইনত আপোনি কি নাম ব্যৱহাৰ কৰিব বিচাৰে?
কেৱল lowercase বৰ্ণ, সংখ্যা, underscore আৰু hyphenৰ হে মাত্ৰ অনুমতি আছে।
এইটো কম্পিউটাৰৰ নাম কি?
কম্পিউটাৰৰ নাম
আপোনাৰ একাউণ্ট সুৰক্ষিত ৰাখিবলৈ পাছৱৰ্ড এটা বাছনি কৰক।
পাছৱৰ্ড
পাছৱৰ্ড পুনৰ লিখক।
প্ৰশাসনীয় একাউন্টৰ বাবে একে পাছৱৰ্ড্ ব্যৱহাৰ কৰক।
এই বাকচটো চিহ্নিত কৰিলে পাছ্ৱৰ্ডৰ প্ৰৱলতা কৰা হ'ব আৰু আপুনি দুৰ্বল পাছৱৰ্ড ব্যৱহাৰ কৰিব নোৱাৰিব।
welcomeq
<h3>স্বাগতম আপোনাক %1 <quote>%2</quote> ইন্সালাৰটোত</h3>
<p>এই প্ৰোগ্ৰেমটোএয়ে অপোনাক কিৱছোমান প্ৰশ্ন সুধিব আৰু আপোনাৰ কোম্পিউটাৰত %1 স্থাপনকৰণ কৰিব |</p>
সহায়
জ্ঞাত সমস্যা
মুক্তি টোকা
দান কৰক
welcomeq-qt6
<h3>স্বাগতম আপোনাক %1 <quote>%2</quote> ইন্সালাৰটোত</h3>
<p>এই প্ৰোগ্ৰেমটোএয়ে অপোনাক কিৱছোমান প্ৰশ্ন সুধিব আৰু আপোনাৰ কোম্পিউটাৰত %1 স্থাপনকৰণ কৰিব |</p>
সহায়
জ্ঞাত সমস্যা
মুক্তি টোকা
দান কৰক